Posts

HATTIGOR JAGANNATH RATH YATRA 2024

Image
 প্ৰতি,  মাননীয়/ মাননীয়া, *শ্রী শ্রী জগন্নাথ ৰ'থ যাত্ৰা পৰিচালনা সমিতি ২০২৪_*  স্থানঃ শ্রী জগন্নাথ মন্দিৰ প্ৰাঙ্গণ, হাতীগড় (ভেলাকুটি) _জয় জয়তে শ্রী জগন্নাথ সাংস্কৃতি অভিনন্দন গ্রহণ কৰিব। হাতীগড় চাহ বাগিছাত আয়োজিত হোৱা শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভূৰ পবিত্ৰ ৰথ যাত্ৰাত অংশ গ্ৰহণ কৰিব পাৰা সমুহ ভক্ত প্ৰান ৰাইজলৈ আন্তৰিক অভিনন্দন ও কৃতজ্ঞতা জ্ঞাপন কৰিছো। আশা কৰোঁ আগন্তূক দিনত শ্ৰীজগন্নাথ সংস্কৃতি ধৰ্মীয় চেতনাৰ লগত হিন্দু সনাতনী ৰাইজৰ বিকাশ সাধন হয়। এই ৰথ যাত্ৰাই  যাতে সকলোৰে মাজত ধৰ্মবিশ্বাস গঢ়ি তুলক ভগবন্ত লৈ প্ৰাৰ্থনা কৰিলোঁ।_ _জয় জগন্নাথ_ _পৰিচালনা সমিতি_ _সভাপতি/ সম্পাদক_

মেজিৰ পৱিত্র জুইয়ে হৄদয় উমাল কৰি তোলক ; ভোগালী মাঘৰ মেজি, পিঠা-পনা আৰু অনেক সুখৰ বতৰাই জীৱন ৰঙীন কৰি তোলক ; ভোগালীৰ ভেলাঘৰ, উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্র উমেৰে জীৱন সুখময় হওক☺ তাৰেই কামনাৰে.... ভোগালীৰ ওলগ জনালো পৰিয়ালৰ সকলোলৈকে ।

Image

Happy Magh Bihu ... ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ২৯২১

Image

My whole family members

Image

went Odisha

Image
Konark temple

jagannath puri Dham

Image
My mom with Younger sister!  and me at JAGANNATH puri dham