মেজিৰ পৱিত্র জুইয়ে হৄদয় উমাল কৰি তোলক ; ভোগালী মাঘৰ মেজি, পিঠা-পনা আৰু অনেক সুখৰ বতৰাই জীৱন ৰঙীন কৰি তোলক ; ভোগালীৰ ভেলাঘৰ, উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্র উমেৰে জীৱন সুখময় হওক☺ তাৰেই কামনাৰে.... ভোগালীৰ ওলগ জনালো পৰিয়ালৰ সকলোলৈকে ।

Comments

Popular posts from this blog

HATTIGOR JAGANNATH RATH YATRA 2024